English Grammar Mock Test
1. পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ প্ৰৱল ?

2. শিক্ষণৰ কোনটো পদ্ধতিত ছাত্র-ছাত্রীয়ে অংশগ্রহণৰ বাবে অধিক সুবিধা পায় ?

3. Gibon Wild Life Sanctury is located at–

4. সম্মত ব্যৱহাৰ হোৱা এটা বহুবচন ৰূপ হ'ল

5. বিশেষ্য পদৰ বহুবচনৰ চিনস্বৰূপে তলৰ কোনটো শব্দৰ ব্যৱহাৰ অতি বিৰল?

6. Which district was separated from Assam and given to Pakistan in 1947?

7. "অভ্যাস হ’ল প্রাণীয়ে পূৰ্বৰ আচৰণৰ পুনৰাবৃত্তি কৰা এক প্রৱণতা" - উক্তিটো আছিল

8. She makes cakes every Sunday.

9. লৌহ পদাৰ্থৰ পৰিমাণ কমি গ'লে কি হয়?

10. যিবােৰ প্ৰাণীয়ে কেৱল গছ বন খাই জীয়াই থাকে সেইবােৰ কোৱা হয়

11. পঞ্চায়তীৰাজ হল –

12. _____ the given diagram, We can see the black box.

13. কোনো কাৰ্য বা বৃত্তি আয়ত্ব কৰিবৰ বাবে থকা প্ৰৱল স্বাভাৱিক ক্ষমতাকে কোৱা হয়

14. অসমীয়া ভবিষ্যত কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে

15. ড্রাগচ আসক্ত শিশু এটিক ভাল কৰিব পাৰি-

16. বায়ুৰ জৰিয়তে সংক্রমিত হােৱা ৰােগ

17. কিশোৰ অৱস্থাত অপৰাধৰ প্রতি থকা প্ৰৱণতাক কোৱা হয়

18. ভাৰতৰ কোন ৰাজ্যত সাক্ষৰতাৰ হাৰ নিম্ন ?

19. তলৰ কোনটো শিশুৰ দৈহিক প্ৰয়োজনৰ অন্তৰ্গত

20. আধুনিক Pedagogy ৰ বাটকটীয়া হৈছে -

21. কি ভিটামিনৰ অভাৱত কুকুৰীকণা ৰােগ হয়?

22. দৈনিক ব্যৱহাৰৰ বাবে এক বৃহৎ পৰিমাণৰ সামগ্ৰী পৰিত্যাজ্য মােনাত অনা হ'ল। এনে পৰিত্যাজ্য মােনা পােনচাটেই পেলাই নিদি আমি পৰিৱেশক ৰক্ষা কৰিব পাৰোঁ

23. Ram is confident ---------- his success.

24. 'দোঙা' তলৰ কোনটো শব্দৰ লগত সঙ্গত হ’ব?

25. তলত দিয়াবোৰৰ কোনটো সন্ধি ভূল

26. মোৰ ঘৰ গুৱাহাটীত--‘মোৰ’ শব্দত কি বিভক্তিৰ প্ৰয়োগ হৈছে?

27. মনোবিজ্ঞানী উইলিয়াম জেমচৰ মতে কোমলমনা, আদৰ্শনিষ্ঠ, ধৰ্মপৰায়ণ, নিজমতাৱলম্বী, চিত্তাশীল আৰু অনুভূতি প্রৱণ ব্যক্তিত্বৰ লোক সকল হ’ল

28. ব্রাজিলত পৰিৱেশ সম্পর্কীয় আৰু জৈৱ বৈচিত্র ৰক্ষাৰ ওপৰত অনুষ্ঠিত আন্তঃজার্তিক সন্মিলনখন কিমান চনত অনুষ্ঠিত হৈছিল ?

29. 'ঈ' আৰু ‘উ’ হ’ল

30. Mahatma Gandhi first visited Assam in the year