Assam TET 2019 Mock Test
1. এজন দোকানীয়ে ছাটি এটা 320 টকাত কিনি 380 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভ হ'ব

2. 10% সুতৰ হাৰত 600.00 টকা কিমান বছৰত সুতেমূলে 840.00 টকা হ'ব?

3. 36 টকা 78 পইচা - 24 টকা 25 পইচা হ'ব

4. তলৰ কোনটো স্বাভাৱিক সংখ্যা নহয়

5. তলৰ কোনটো ভগ্নাংশ ⁸/16 ৰ সমমান বা সমতুল্য ভগ্নাংশ হয়

6. তলৰ কোনটো সংখ্যাৰদ্ধাৰা বৰ্গ সঞ্জাব পাৰি?

7. 3.2, 5.8, 7.9 আৰু 4.5 ৰ ৰাৰংৰাৰতা যথাক্ৰমে x, (x + 2), (x - 3) আৰু (x + 6)। যদি সমাপ্তৰ মাধ্য 4.876 হয়, তেন্তে x ৰ মান হ'ব

8. প্ৰথম 6 টা স্বাভাৱিক সংখ্যাৰ মধ্যমান হ'ব

9. এটা আয়তক্ষেত্ৰৰ দীঘ, প্ৰস্থ দুগুণ বৃদ্ধি কৰিলে, ইয়াৰ কালি কিমান শুণ বৃদ্ধি পাব?

10. x সংখ্যাটোক মৌলিক সংখ্যা বুলি কোৱা হয় যদি

11. এটা সমবাহু ত্ৰিডুজৰ বাহুৰ দৈৰ্ঘ 12 ছেঃ মিঃ। ত্ৰিভুজটোৰ কালি হ'ব ?

12. ককায়েকৰ বয়স ভায়েকৰ বয়সৰ দুগুন, ককায়েকৰ বয়স ৩০ বছৰ হ’লে ভায়েকৰ বয়স কিমান হ’ব?

13. প্ৰথম 5 টা পূৰ্ণসংখ্যাৰ মাধ্য হ'ব

14. এটা কোঠাৰ দীঘ, প্রস্থ, উচ্চতা ক্ৰমে 7.5 মিঃ, 6 মিঃ আৰু 4 মিঃ হ'লে কোঠাটোৰ বেৰ চাৰিখণৰ কালি কিমান?

15. এটা বৰ্গৰ বাহুৰ দীঘ দুগুণ বৃদ্ধি কৰিলে, ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব

16. 10, 20, 30, 40, 50, ...... সংখ্যা প্ৰণালীয়ে বুজাব

17. 0 ৰপৰা 40 মাজৰ কোনকেইটা সংখ্যাক ত্ৰিভুজ আকৃতিত সজাব পাৰি?

18. 7 জন ল'ৰাৰ বয়স ক্ৰমে 15 বছৰ, 12 বছৰ, 17 বছৰ, 18 বছৰ, 20 বছৰ। সিহঁতৰ বয়সৰ গড় হ'ব

19. X = 999 আৰু Y = 1000 হ’লে, X² - Y² ৰ মান কিমান হ’ব?

20. আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয়

21. এজন বনুৱা হিচাবে A য়ে B তকৈ দুগুণ কাম কৰিব পাৰে। কোনো এটা কাম B য়ে 6 দিনত কৰিব পাৰে। যদি A আৰু B য়ে একেলগে কামটো কৰে, তেন্তে কিমান দিনত কামটো শেষ কৰিব পাৰে?

22. কোনো এটা বস্তু 42.60 টকাত বিক্ৰী কৰোঁতে 6.5% লাভ হয়। বস্তুটোৰ কিনা দাম কিমান?

23. 9.50 টকা দৰত 5 খন কিতাপ, 6.30 টকা দৰত 8 টা কলমৰ দাম হ'ব

24. 13 ছেঃমিঃ, 14 ছেঃমিঃ, 15 ছেঃমিঃ দৈৰ্ঘ্য বিশিষ্ট বাহুকেইটাৰে এটা সমকোণী ত্ৰিভূজ আঁকিব পাৰিনে?

25. যাদি 6, 8, 5, x আৰু 4 ৰ মাধ্য 7 হয় তেন্তে x ৰ মান হ'ব

26. এটা ত্ৰিভূজৰ বাহু তিনিটাৰ দৈৰ্ঘ্য ক্ৰমে 13 ছেঃ মিঃ, 14 ছেঃ মিঃ, 15 ছেঃ মিঃ হ'লে ত্ৰিভূজটোৰ কালি কিমান?

27. 500 টকা মূলধনৰ 6% সুতৰ হাৰত 2 বছৰত মিশ্রসুত (চক্ৰবৃদ্ধি সুত) নিৰ্ণয় কৰা

28. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা তিনিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল কিমান হ’ব?

29. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব?

30. x আৰু a সংখ্যা দুটাৰ গঃ সাঃ উঃ হ’ব