Assam TET Mock Test For LP
1. কৈশোৰৰ ইংৰাজী প্ৰতিশব্দ 'Adolescence' শব্দটো আহিছিল

2. তলৰ কোনবিধ সামগ্রী সৌন্দর্য সাধনৰ বাবে ব্যৱহাৰ কৰা হয়

3. বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লােৱা সংগঠন

4. After having tea, he settled himself -------- his arm chair.

5. They will inform the police.

6. তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ ন মুৰ্দ্ধন্য ণ হয়

7. ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিক ভাৱে নিজকে খাপ খুৱাই চলিব পৰাকে

8. নিৰ্দিষ্টতা অৰ্থত দীঘল লেহেকা বস্তু বুজাবলৈ ব্যৱহাৰ হয়

9. বতৰ নিৰূপক কৃত্রিম উপগ্রহ সর্বপ্রথমে উৎক্ষেপণ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰহ। এইখন দেশে কোন চনত এই উপগ্রহ উৎক্ষেপণ কৰে?

10. 'মন মেৰি ৰাম চৰণেহি লাগু' বৰগীতটোৰ ৰচক

11. My brother's birthday is _____ 22th July.

12. মাতৃভাষা আয়ত্বকৰণৰ ক্ষেত্ৰত শিশুৰ প্ৰথম অৱস্থাত প্ৰয়োজনীয় অভিজ্ঞতা হ’ল

13. ABC সমকোণী ত্ৰিভুজৰ AB = a + b, BC = 2√a√b আৰু

14. জীৱসমূহৰ সংখ্যা, প্ৰকাৰ আৰু ভিন্নতা বুজাবৰ বাবে ব্যৱহাৰ হােৱা শব্দ বা শব্দ সমষ্টি হৈছে

15. Ram is confident ---------- his success.

16. পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

17. তলৰ কোনটো বিপৰীত লিঙ্গ শুদ্ধ নহয়?

18. গুণ বুজোৱা আ কাৰান্ত শব্দত স্ত্ৰীলিঙ্গত কি প্ৰত্যয় হয়

19. এটা কোঠাৰ দীঘ, প্রস্থ, উচ্চতা ক্ৰমে 7.5 মিঃ, 6 মিঃ আৰু 4 মিঃ হ'লে কোঠাটোৰ বেৰ চাৰিখণৰ কালি কিমান?

20. During which century did Muslim first came to Assam?

21. 'অসম সঙ্গীত' টোৰ ৰচক হৈছে

22. তলৰ কোন প্রকাৰৰ জীৱই পােহৰক খাদ্যলৈ ৰূপান্তৰ কৰে?

23. তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ ন মূৰ্ন্দ্ধন্য ণ হয়

24. আপুনিৰ লগত কি বিভক্তি লগ লাগে?

25. I have to manage with _________ money i earn.

26. তলৰ মন্তব্যবোৰৰ কোনটো সঁচা?

27. এজন শিক্ষক হিচাপে শ্ৰেণীত প্রশ্ন সােধাৰ প্ৰধান কাৰণ হ'ল

28. 9/21 ভগ্নাংশটো তলৰ কোনটোৰ সমতুল্য

29. 11, 2, 4, 3, 2, 1, 2, 2, 4 ৰ বহুলক হ'ব

30. ভাৰতীয় মানসময় গণনা কৰা হয়

31. মানৱ জীৱনৰ বিকাশক

32. সম্বন্ধবাচক বিভক্তি তদ্ধিত প্ৰত্যয় বুলি কোৱা ব্যাকৰণবিদজন হ’ল

33. তলৰ কোনটো শব্দত স্বভাৱতে মূৰ্দ্ধন্য ‘ণ’ ব্যৱহাৰ হৈছে

34. 'কর্মৰ মাজেৰে শিক্ষণ পদ্ধতি'ৰ জনক হৈছে -

35. ড° ভবেন্দ্ৰ নাথ শইকীয়াই ৰচনা কৰা নাটকখন হৈছে

36. ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?

37. যিবােৰ প্ৰাণীয়ে কেৱল গছ বন খাই জীয়াই থাকে সেইবােৰ কোৱা হয়

38. দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?

39. তলৰ কোনবিধ তৈয়াৰ কৰিবলৈ স্কেলৰ আৱশ্যক নকৰে

40. ‘সকলােৰে বাবে স্বাস্থ্য’ (Health for all) এয়া কোনটো অনুষ্ঠানৰ উদ্দেশ্য

41. বৰছাক হ'ল-

42. তলৰ কোনখন পৰিকলিপ চহৰ নহয় ?

43. মনোবিজ্ঞানীসকলে বিকাশৰ স্তৰসমূহ নিৰ্দ্ধাৰণ কৰিছিল

44. বতৰৰ পৰিঘটনাৰােৰ ক'ত ঘটে?

45. শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, বৌদ্ধিক আদি ক্ষেত্ৰত দেখা পোৱা বিভিন্নতাসমূহক কোৱা হয়

46. Assamese Ganaks (who are also known as Daivajna) are the descendants of _____________

47. If you get a haircut, you ________ much better.

48. A good judge never jumps --------- the conclusion.

49. Wangla is the main festival of

50. শিক্ষাবিদ ৰাইবাৰ্ণৰ মতে মানুহৰ বিকাশৰ কোনখিনি সময়ক “মানসিক বিকাশ পৰ্যায়” হিচাপে ধৰা হয়

51. শংকৰদেৱে কেইপ্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিল?

52. অপৰাধ প্ৰৱণতাৰ কাৰণ হ’ল

53. যিবােৰ মেপে দেশ তথা ৰাজ্যসমূহৰ সীমা, কালি আদি দেখুৱায় তেনে মেপক কোৱা হয়

54. জগদীশ মিশ্ৰই শংকৰদেৰক ক’ত ভাগৱত গ্ৰন্থখন প্ৰদান কৰিছিল?

55. আমাৰ দেশত বন মহােৎসৱ পালন কৰা হয়

56. মই কাইলৈ গুৱাহাটীলৈ যাম--- গুৱাহাটীলৈ শব্দটোত তলৰ কোনটো শব্দ বিভক্তি শুদ্ধ?

57. I … English tea. Is it good?

58. 'প্রতিমাখন সৰু কিন্তু নিভাজ সোণৰ' - চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে এইষাৰ কাৰ উক্তি?

59. ছোৱালীসকল খাতুমতী আৰু ল’ৰা বীৰ্যধাৰী হৈ উঠে

60. পৰিমাণসূচক প্ৰত্যয় ৰূপে ব্যৱহৃত হয়