Assam TET Mock Test For LP 150 Marks
1. My sister and my brother ________.

2. I am angry with him ------ his carelessness.

3. I _____ about you when I recieved your email.

4. The person refused to grovel _________ the feet of his master.

5. Women is looking _______ her diamond ring

6. Religious leaders should not delve -------- politics.

7. I remember my sister taking me to the museum.

8. I have to manage with _________ money i earn.

9. Only ______ pupils are there in the class.

10. It is dangerous to enter -------- the enemy’s camp.

11. He is prepared _____ the examination.

12. These remarks are certainly derogatory ________ your reputation

13. Don’t go there until ________ you.

14. I ________ to the mountains this weekend.

15. My brother's birthday is _____ 22th July.

16. The Indian magpie indulges -------- a long flight.

17. While I ____ TV last night, I did my homework.

18. Do you imitate others?

19. If you _________ greasy food, you will become fat.

20. For dinner last night we … fish and chips.

21. The invigilator was reading out the instructions.

22. If you give me _______ time, i can finish the work.

23. Next week when there ______ a Chinook, the temperature will be warmer.

24. He was killed _________ a highway man _______ a dagger.

25. He had to repent ________ what he had done.

26. She spoke to the official on duty.

27. A good judge never gropes --------- the conclusion.

28. ____ the picture , there are 2 boys and one girl.

29. My father ___________ newspaper after getting up.

30. These slums are disgrace ________ the civic authorities.

31. কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

32. অন্তঃস্থ ধ্বনিৰ আন এটা নাম হৈছে

33. স্বভাৱতে হোৱা পুংলিঙ্গ হ’ল

34. তলৰ কোনখন বুৰঞ্জীপুথি লক্ষ্মীনাথ বেজবৰুৱা প্রণীত?

35. পৰস্পৰৰ প্ৰতি পৰস্পৰে কাৰ্য কৰা বুজালে কি বিভক্তি যোগ হয়?

36. তলৰ কোনটো শব্দৰ মিল আছে ?

37. পদৰ আগত কি শব্দ থাকিলে দ্বিতীয় বিভক্তিৰ চিন লোপ পায়?

38. ণত্ববিধি অনুসৰি তলৰ কোনটো শব্দ শুদ্ধ

39. পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক হৈছে

40. গালি স্বৰূপে জস্তুৰ নাম মানুহত ব্যৱহাৰ হ’লে কি বচন ব্যৱহাৰ হয়?

41. জাতীয় প্রাপ্তবয়স্ক আচঁনি ভাৰতবর্ষত ৰূপায়িত হয় -

42. সম্ভামাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ হয়

43. মথা শব্দৰ ব্যৱহাৰ হয়

44. জাৰ্মান ন হোৱাৰ কাৰণ হ’ল

45. তলৰ কোনখন পুথি বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট ?

46. ৰুছোৰ মতে কৈশোৰকাল হৈছে-

47. 'নিয়ৰ' কবিতাটোৰ ৰচক কোন ?

48. আপুনিৰ লগত কি বিভক্তি লগ লাগে?

49. চৰিত পুথিমতে মাধৱদেৱ ৰচিত কি কবিতা পঢ়ি শংকৰদেৱ অভিভূত হৈছিল? লৈয়া যায়

50. 'বয়োধিক' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

51. কোনটো শুদ্ধ লিখা

52. নৱবিধ ভক্তিৰ ভিতৰত কোনবিধক নামঘোষাত মুখ্য স্থান দিয়া হৈছে

53. কোনটো শুদ্ধ লিখা

54. অলপ পৰিমাণ বুজোৱা এটা প্ৰত্যয় হ’ল

55. এটা কণ্ঠবৰ্ণৰ উদাহৰণ দিয়া

56. শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আছিল

57. তলৰ কোনখন পুথি মাধৱদেৱ ৰচিত নহয়?

58. ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তম অধিবেশনখনিত সভাপতিত্ব কৰিছিল

59. অসমীয়াত কৰণ-কাৰকত কি বিভক্তিৰ প্ৰয়োগ হোৱা বুলি কোৱা হয়?

60. সস্তমত ব্যৱহাৰ হোৱা এটা বহুবচন ৰূপ হ’ল

61. ওৰাং ৰাষ্ট্রীয় উদ্যানৰ সীমা সুৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ তৰা পৰিৱেশ সংগঠনটোৰ নাম কি ?

62. পৰিৱেশ উন্নয়নৰ বাবে ১৯৭১ চনত গঠিত ‘গ্রীনপিছ ইণ্টাৰনেশ্যনেল’ হ’ল

63. পানীৰ জৰিয়তে সংক্রমিত হ'ব পৰা এবিধ ৰোেগ হ’ল

64. আমি সততে ভূমিকম্পৰ কথা শুনিবলৈ পাওঁ। ভূমিকম্পৰ জোখৰ এককক কোৱা হয়

65. শব্দ প্ৰদূষণৰ দ্বাৰা তলৰ কোনটো সমস্যা সৃষ্টি হয়?

66. কীটনাশকবােৰ কি

67. কোনবিধ সম্পদ নবীকৰণ উপযােগী নহয়

68. লৌহ পদাৰ্থৰ পৰিমাণ কমি গ'লে কি হয়?

69. ১৯০৪ চনত ভাৰতৰ কত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল ?

70. আমাৰ দেশত বন মহােৎসৱ পালন কৰা হয়

71. বংশ বৃদ্ধিৰ ক্ষেত্ৰত মাছৰ দৰেই বংশ বৃদ্ধি কৰা প্রাণীবিধ হ'ল

72. বর্তমান ভাৰতৰ বনভূমিৰ সংখ্যা কিমান ?

73. ব্রহ্মপুত্র নদীখন বৈ গৈছে গুৱাহাটী মহানগৰীৰ

74. ভাৰত মহাসাগৰত থকা বৃহত্তম দ্বীপটো কি ?

75. খনিজ সম্পদত ভাৰতৰ কোনখন ৰাজ্য চহকী

76. খাদ্যৰ সংৰক্ষণ আৰু মজুতকৰণৰ মূল উদ্দেশ্য হ’ল

77. ডি ডি টি প্ৰদূষণৰ এবিধ প্রধান উৎস কাৰণ

78. কোনবিধ ৰঞ্জকৰ বাবে গাছবােৰ সেউজীয়া হয়

79. জৈৱ বৈচিত্রৰ ফালৰ পৰা পৃথিবীত ভাৰতৰ স্থা কিমান ?

80. শিক্ষার্থীয়ে সফলতা লাভ কৰিবৰ বাবে কিদৰে অনুপ্রাণিত কৰিব?

81. খাদ্য শৃংখলত সর্বাধিক অৱস্থিতি

82. তলৰ কোনবিধ গছক অসমৰ জাতীয় গছ হিচাপে জনা যায় ?

83. উশাহত আমাক কোনবিধ গেছৰ আৱশ্যক?

84. আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক’ত পােৱা যায় ?

85. তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া ?

86. গছৰ পাতত থকা ৰন্ধ্ৰৰ জৰিয়তে বহু পানী ওলাই যাব পাৰে বা নষ্ট হয়। বেছিভাগ পাতৰ ৰন্ধ্ৰ পাতৰ ভিতৰফালে থাকে কিয়?

87. যিবােৰ প্ৰাণীয়ে কেৱল গছ বন খাই জীয়াই থাকে সেইবােৰ কোৱা হয়

88. সােণালী বান্দৰ _ প্রজাতিৰ জন্তু

89. ভাৰতীয় মানসময় গণনা কৰা হয়

90. বহুমুখী নদীবান্ধৰ সহায়ত কৰিব পৰা কামবােৰ হ’ল

91. থৰ্নডাইকে বহুলভাৱে বুদ্ধিক ভাগ কৰিছিল

92. শিশুৱে ডাঙৰসকলক অধিক প্রশ্ন সুধি ব্যতিব্যস্ত কৰি তোলে

93. প্ৰৱণতা আৰু বুদ্ধিৰ মাজত

94. শিশুৰ কণ্ঠত ধ্বনিৰ স্পষ্টতা প্রকাশ পায়

95. অপৰাধ প্ৰৱণতা এটা ডাঙৰ সমস্যা

96. অপৰাধ প্ৰৱণতাৰ কাৰণ হ’ল

97. এটা শিশুৰ ভাষিক বিকাশত সমস্যাৰ সৃষ্টি হ’ব পাৰে, যদিহে শিশুটো জন্মতে

98. শিশু এটাই ব্যাকৰণ প্ৰসূত বাক্য ভালদৰে ক’ব পাৰে

99. শিক্ষা বিভাগৰ মুৰব্বীজনক শিক্ষাধিকাৰ বোলাৰ পৰামর্শ প্রথম দিয়া হৈছিল-

100. শিশুৰ শিক্ষণ ক্ষমতা, যোগ্যতা অথবা শিক্ষাৰ সম্ভাৱনীয়তা নিৰ্ভৰশীল

101. তলৰ কোনটো সহ-পাঠ্যক্রমিক কার্যাৱলীৰ ক্ষেত্রত শুদ্ধ ?

102. Zoological Philosophy ৰ ৰচক-

103. "মানুহৰ সকলো আচৰণৰে মূল উদ্দেশ্য হল পৰিবেশৰ লগত পৰ্যায়ক্ৰমে অধিক সন্তোষজনক ভাবে সমাযোজন কৰা" - উক্তিটো আগবঢ়াইছিল

104. দুজন ছাত্রৰ মাজত কাজিয়া লাগিলে শিক্ষকৰ মুখ্য ভুমিকা হব-

105. লুইচ লিয়ন থাৰ্ষ্টনৰ মতে ব্যক্তিত্বৰ শ্ৰেণী বিভাজন কেইটা হ’ল

106. ব্যক্তিগত বৈষম্য প্ৰধানকৈ নিৰ্ভৰ কৰে

107. মাধ্যমিক শিক্ষা আয়োগৰ প্রথমগৰাকী সভাপতি আছিল -

108. Persona শব্দৰ অর্থ হৈছে -

109. ব্যক্তি বিভিন্নতাৰ কাৰক হিচাপে চিহ্নিত কৰিব পৰি

110. এটা শিশুৱে যিকোনো বস্তু ভাঙি ছিঙি, গঢ়ি-পিটি, সৃজন কৰি ভাল পায়

111. বুদ্ধিৰ একক বা ৰাজতন্ত্রবাদী তত্ত্বৰ প্ৰধান সমৰ্থনকাৰী আছিল

112. সমূহ কাৰক বা অল্পসংখ্যক ৰাজতন্ত্ৰবাদী তত্বৰ আৱিস্কাৰক আছিল

113. নৱজাত কেঁচুৱাৰ কন্দা, হাচিওৱা, হামিওৱা, চকু পিৰিকোৱা, বমি কৰা, শৌচ-প্রস্ৰাৱ কৰা আদি কামবোৰ হ’ল

114. বিকাশ হ’ল

115. শিশুৰ ভাষা বিকাশত প্ৰধান অন্তৰায় হব পাৰে

116. শিক্ষণৰ সময়ত তুমি এটা বিষয় কেনেকৈ মনোগ্রাহী কৰিবা ?

117. জন্মৰ সময়ত এটা শিশুৰ শৰীৰৰ দেৰ্ঘ্য হয়

118. ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় গঠিত হয়-

119. ব্যক্তিগত বৈষম্যৰ অৰ্থ হ’ল

120. মাক-দেউতাক বা পৰিয়ালৰ আন আন সদস্যসকলৰ মৰম-চেনেহহীনতা, আন্তৰিকতাহীনতা, উপেক্ষা আদিয়ে শিশুক

121. 9/21 ভগ্নাংশটো তলৰ কোনটোৰ সমতুল্য

122. 1 মিটাৰ সমান কিমান কিলোমিটাৰ?

123. X = 999 আৰু Y = 1000 হ’লে, X² - Y² ৰ মান কিমান হ’ব?

124. 10, 20, 30, 40, 50, ...... সংখ্যা প্ৰণালীয়ে বুজাব

125. 0.5625 ৰ বৰ্গমূল কিমান?

126. 0.08 টকাত কিমান পইচা?

127. 24 জন বনুৱাই এটা পুখুৰী 30 দিনত খান্দিব পাৰে। সেই একেটা পুখুৰী 10 দিনত খান্দিবলৈ কিমানজন বনুৱাৰ প্রয়োজন হ'ব?

128. p মিঃ বাহু বিশিষ্ট ৰস্বাচটোৰ পৰিসীমা 27 মিঃ হ’লে p ৰ মান হ'ব

129. ABC সমকোণী ত্ৰিভুজৰ AB = a + b, BC = 2√a√b আৰু

130. কোনো সংখ্যাক শূণ্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ’ব?

131. তলৰ কোনাটো ¾ ৰ সমতুল্য ভগ্নাংশ হয়

132. 1, 8, 27, 64, ...... আদি সংখ্যা ক্ৰমে তলৰ কোনটো বুজাব?

133. 7 জন ল'ৰাৰ বয়স ক্ৰমে 15 বছৰ, 12 বছৰ, 17 বছৰ, 18 বছৰ, 20 বছৰ। সিহঁতৰ বয়সৰ গড় হ'ব

134. এটা বৃত্ত আৰু এটা বৰ্গৰ কালি সমান হ’লে তলৰ কোনটো সত্য?

135. এটা সামস্তৰিকৰ ভূমি 12 ছেঃ মিঃ আৰু উন্নতি 7 ছেঃ মিঃ হ’লৈ, সামন্তৰিকটোৰ কালি কিমান?

136. x সংখ্যাটোক মৌলিক সংখ্যা বুলি কোৱা হয় যদি

137. বছৰি 10% চক্ৰবৃদ্ধি সুতৰ হাৰে 100 টকা মূলধনৰ 2 বছৰৰ মূৰত সমূল চক্ৰবৃদ্ধি কিমান হ’ব?

138. জিতুয়ে ইংৰাজী, গণিত আৰু বিজ্ঞানত পোৱা গড় নস্বৰ 64। যদি ইংৰাজী আৰু বিজ্ঞানত পোৱা নস্বৰ ক্ৰমে 58 আৰু 60 হয়, তেন্তে গণিতত পোৱা নম্বৰ হ'ব

139. কোনো এক মূলধনৰ মিশ্ৰসূত আৰু সৰলসুতৰ পাৰ্থক্য 10.00 টকা। যদি সময় 2 বছৰ আৰু সুতৰ হাৰ10% হয় তেন্তে মূলধন হ'ব

140. অৰুণ বৰুণতকৈ 2 বছৰে ডাঙৰ। আকৌ বৰুণ তৰুণতকৈ 1 বছৰ সৰু ৷ যদি সিহঁতৰ গড় বয়স 24 বছৰ তেন্তে তৰুণৰ বয়স হ'ব

141. তলৰ কোনটো শুদ্ধ

142. যদি CP = 135 টকা, লোকচান = 5% তেন্তে বিক্ৰী দাম

143. প্ৰতিখন মেজত 650 টকাকৈ 5 খন মেজ আৰু প্ৰতিখন চকী 385 টকাকৈ 6 খন চকীৰ মুঠ দাম হ'ব

144. এডাল বাঁহ 0.4 ভাগ পানীত, 0.5 ভাগ বোকাত আৰু 7 মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল?

145. তিনিটা সংখ্যাৰ গড় 52। প্ৰথম সংখ্যা দুটাৰ গড় 47.5 আৰু শেষৰ সংখ্যা দুটাৰ গড় 55.5। দ্বিতীয় সংখ্যাটো কি?

146. 6 জন বনুৱাই এখন ট্ৰাক 1 ঘণ্টাত ভৰ্তি কৰিব পাৰে। যদি ট্ৰাকখন 15 মিনিটাতে ভৰ্তি কৰিব লাগে, তেন্তে আৰু কিমান অতিৰিক্ত বনুৱাৰ প্রয়োজন হ'ব?

147. যাদি 6, 8, 5, x আৰু 4 ৰ মাধ্য 7 হয় তেন্তে x ৰ মান হ'ব

148. 7, 9, 11, 7, 6, 5, 9, 11 ৰ বহুলক হ'ব

149. এজন দোকানীয়ে ছাটি এটা 320 টকাত কিনি 380 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভ হ'ব

150. দুটা সংখ্যাৰ সমাপ্তৰ মাধ্য আৰু গুণোত্তৰ মাধ্য যথাক্ৰমে 5 আৰু 4 হ'লে সংখ্যা দুটাৰ হৰাত্মক মাধ্য হ’ব