History Mock Test
1. গৌতম বুদ্ধৰ ক্ষেত্ৰত তলৰ কোনটি উক্তি সত্য নহয়

2. কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?

3. মনুৰ মতে আৰ্যসকলে ভাৰতৰ কোন অঞ্চল দখল কৰা নাছিল ?

4. অর্থশাস্ত্র’ নামৰ গ্ৰন্থখনৰ ৰচক কোন

5. ৰংঘৰ পকী কৰি সজাইছিল

6. Which Ahom Swargadeo built the temple of Umananda?

7. কামৰূপৰ পাল বংশৰ প্রতিষ্ঠাতা কোন?

8. মৌর্য বংশৰ শাসনকালত ভূমিৰ গৰাকী কোন আছিল

9. পৃথিৱীৰ বুকুত হমিনিড্ নামৰ মানৱ জাতীয় প্রাণীৰ কেতিয়া আবিৰ্ভাৱ হৈছিল?

10. মহেঞ্জোদাৰৰ সভ্যতাৰ লগত তলৰ কোনটো বিষয় জড়িত?

11. অশােকে প্রচাৰ কৰা ধর্মটোৰ নাম আছিল

12. ৰ্গদেউ প্রতাপ সিংহৰ ৰাজত্বকালত ১৬৩৯ চনৰ কলিয়াবৰ সন্ধি অনুসৰি আহােম আৰু মােগলৰ সীমা আছিল

13. শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানীৰ নাম আছিল

14. হৰপ্পা সভ্যতা বা সিন্ধু উপত্যকা সভ্যতা কোন যুগৰ আছিল?

15. ভগাৰজা কোন আছিল?

16. মানৰ প্রথম আক্ৰমণৰ সময়ত আহােম স্বৰ্গদেউ আছিল

17. কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

18. হিউৱেন চাং কৰ লােক আছিল?

19. সিন্ধু উপত্যকাত উদ্ধাৰ হােৱা ব্ৰঞ্জৰ নাচনীজনীৰ মূৰ্তিটো ক'ত আৱিষ্কাৰ হৈছিল?

20. কোন ৰজাৰ দিনৰ পৰা আহােম ৰজাসকলে স্বৰ্গদেউ’ উপাধিৰে বিভূষিত হয়? (তেওঁৰ নাম দিহিঙীয়া ৰজাও আছিল)

21. প্রবাদমতে গুৱাহাটীৰ দীঘলীপুখুৰীটো কোনজন ৰজাই খাইছিল

22. মৌর্য বংশ প্রতিষ্ঠা কৰিছিল

23. প্রাগজ্যোতিষপুৰত হিন্দু ৰাজ্য স্থাপন কৰা ৰজাগৰাকী হ’ল

24. প্রথম মােৱামৰীয়া বিদ্রোহ হৈছিল

25. In which year Sir Shadulla's Ministry formed?

26. ভীস্মক ৰজাই কোন ৰাজ্যত ৰাজত্ব কৰিছিল?

27. সিন্ধু সভ্যতাৰ মাটিৰ চীল-মােহৰ সমূহত কি জন্তুৰ চিত্র পােৱা যায়?

28. Raghudeva was the son of

29. আদিম মানৱে পোেন প্রথমে হাতিয়াৰ বা অস্ত্র হিচাপে ব্যৱহাৰ কৰা বস্তুটো আছিল

30. অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?