Geography Mock Test
1. আটলান্টিক মহাসাগৰৰ দৈৰ্ঘ্য হ'ল

2. ___ নৈৰ উৎস হল টবকাল হ্ৰদ

3. ১৮৪৬ চনত ফৰাচী বিজ্ঞানী গণিতজ্ঞ উৰবেইন লেভেৰিয়াৰে আৱিষ্কাৰ কৰা গ্ৰহটো হ'ল

4. পৃথিৱীৰ সৰ্বমুঠ কয়লা উৎপাদনৰ প্রায় _ শতাংশই এছিয়া মহাদেশে উৎপন্ন কৰে

5. ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখন হ’ল

6. আল্পছ পর্বতৰ সর্বোচ্চ শৃংগ হ’ল

7. _____ তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ

8. মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত _ প্ৰণালী অৱস্থিত

9. বর্তমান আমেৰিকাৰ মুঠ জনসংখ্যা হল

10. বিশেষজ্ঞসকলৰ মতে অসমত _ নিযুত টন কয়লা আছে

11. গুৱাহাটীৰ ____ ত কফি প্রস্তুত কেন্দ্ৰ আছে

12. মাউন্ট এভাৰেষ্ট শৃংগৰ উচ্চতা হল

13. সুন্দৰবন সমভূমি সৃষ্টি হৈছে

14. মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত _ প্ৰণালী অৱস্থিত

15. ইউৰােপৰ মুঠ মাটিকালিৰ পৰিমাণ

16. ২০০০ চনৰ মতে ইউৰােপৰ মুঠ জনসংখ্যা হল

17. ছেমায়ুংদুং হিমবাহৰ পৰা উৎপত্তি হৈছে

18. ইউৰােপৰ জনবসতিৰ ঘনত্ব হ'ল

19. পৃথিৱীৰ সর্বোচ্চ পর্বত হ'ল

20. পৃথিৱীৰ দীর্ঘতম পর্বতমালা হ'ল

21. গংগানৈৰ মুঠ দৈৰ্ঘ হ’ল

22. ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ হ’ল

23. পৃথিৱীৰ উপৰিভাগৰ ____ শতাংশ ঠাই জলভাগে আগুৰি আছে

24. পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্রদটো হ'ল

25. ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰী হ’ল

26. অসমৰ প্রথম তেল শোধনাগাৰটো হ’ল

27. অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা হ'ল

28. বৰষুণৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি কৃষিক _ ভাগত ভগাব পাৰি

29. অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হ’ল

30. লাক্ষাদ্বীপ, মিনিকয় আৰু আঁমনদিভি দ্বীপৰ সমষ্টি