Assam TET 2019 Mock Test
1. খাদ্য শৃংখলত সর্বাধিক অৱস্থিতি

2. ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?

3. কোনবিধ ৰঞ্জকৰ বাবে গাছবােৰ সেউজীয়া হয়

4. উশাহত আমাক কোনবিধ গেছৰ আৱশ্যক?

5. ১৯০৪ চনত ভাৰতৰ কত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল ?

6. পাহাৰ অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে কৃষি পদ্ধতি ল'ব লাগে ?

7. জৈৱ বৈচিত্রৰ ফালৰ পৰা পৃথিবীত ভাৰতৰ স্থা কিমান ?

8. লাইন অব এক্সুৱেল কণ্ট্রল কত অবস্থিত ?

9. ভাৰতৰ কোন ঠাইত নিস্কলংক তীখা প্রস্তুত কৰা হয় ?

10. ভাৰতৰ সর্বাধিক নগৰীকৃত ৰাজ্যখন কি ?

11. ৰাষ্ট্ৰসংঘত কেইটা ভাষা ব্যৱহৃত হয়

12. ভাৰতৰ বৃহত্তম ৰেল ষ্টেচনটোৰ নাম কি ?

13. কোনটো শুদ্ধ

14. ভাৰতীয় মানসময় গণনা কৰা হয়

15. অসমত কিয় সঘনে বানপানী হয়?

16. বর্তমানৰ পৃথিবীৰ মহাদেশবোৰ কোন যুগৰ সৃষ্টি ?

17. আমাৰ দেশত বন মহােৎসৱ পালন কৰা হয়

18. কোনখন মহাদেশক বিষুৱৰেখাই প্রায় সমানে দুভাগত ভাগ কৰিছে

19. কি কাৰণত সম্প্রতি নগৰবােৰত জনসংখ্যা বিস্ফোৰণ হােৱা দেখা গৈছে?

20. তলত উল্লেখ কৰাবােৰৰ ভিতৰত কোনবিধ আবর্জনা আটাইতকৈ অপকাৰী

21. ‘নামদাফা’ উত্তৰ-পূব ভাৰতৰ এক _ প্রকল্প

22. খাদ্যৰ সংৰক্ষণ আৰু মজুতকৰণৰ মূল উদ্দেশ্য হ’ল

23. তলৰ কোনটো ধাতুৰ অনিষ্টকাৰী প্ৰভাৱ আছে

24. ভাৰত মহাসাগৰৰ গভীৰতম খাদটো কি ?

25. মৃতদেহৰ অৱশেষ হােৱা (Scavenging) মানে হ’ল

26. উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্রায় উদ্ভিদ হৈছে

27. কেঁচুসাৰ উৎপাদনত প্রধান ভূমিকা লয়

28. বায়ুত আটাইতকৈ কি গেছ বেছি পৰিমাণে থাকে?

29. ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে –

30. নিম্ন লিখিত কোনবিধ মাটিৰ সংমিশ্রণ গছৰ বাবে উত্তম?