Assam TET 2019 Mock Test
1. শৰীৰত অতিমাত্রা কার্বন-মন’ক্সাইডৰ কাৰণে উৎপাদিত পদার্থবিধ হ’ল

2. অ'জন স্তৰ অৱক্ষয়ৰ মূল কাৰণ হ'ল

3. ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয় কিন্তু তলৰ কোনটো ধাতুৰ অক্সাইড উভধৰ্মী (amphoteric)

4. তলৰ কোনটো এটা গৌণ (Secondary) বায়ু প্ৰদূষক

5. কপাৰ ছালফেটৰ দ্ৰৱ এটাত লােৰ পৰিষ্কাৰ গজাল এটা সুমুৱাই ৰাখিলে গজালটোৰ ৰং মুগা হয়। ইয়াত সংঘটিত প্রক্রিয়াটো হৈছে

6. নিম্নোক্ত কোনবিধ সূতা প্রাকৃতিক নহয়

7. যিংকে তলৰ কোনটোৰ পৰা কপাৰ ধাতু অপসাৰিত কৰিব

8. আলোক বৈদ্যুতিক কোষত ব্যৱহৃত ধাতুকল্পবিধ হ’ল

9. ---- ৰ বাহিৰে সকলোবোৰ ধাতু কঠিন (সাধাৰণ উষ্ণতাত)

10. বিদ্যুত বিশ্লেষ্য হৈছে

11. তলৰ কোনটো এটা সেউজ গৃহ গেছ?

12. ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ ক্ৰমটো হ’ল

13. চেলুল’জৰ পৰা তৈয়াৰী এবিধ উন্নত বহুবোগী তন্তু হৈছে

14. এন্টাচিড হিচাপে ব্যৱহৃত মিল্ক অৱ মেগনেছিয়া হৈছে

15. AgNO₃ + NaCl —> AgCl + NaNO₃ বিক্ৰিয়াটো কোন প্রকাৰৰ

16. CNG এটা

17. মামৰে ধৰা প্রক্ৰিয়াত আইৰণৰ

18. তলৰ কোনটো উক্তি অশুদ্ধ

19. থাৰ্ম'মিটাৰত ব্যৱহৃত ধাতুবিধ হ'ল

20. নেমুটেঙাৰ ৰসত অলপ ফিনলথেলিন সূচক দিলে ইয়াৰ ৰঙ হ’ব

21. নীলা CuSO₄ ৰ দ্ৰৱত তলৰ কোনটো ডুবাই ৰাখিলে ৰাসায়নিক পৰিৱৰ্তন দেখা নাযায়

22. তলৰ কোনটোত সংযুক্তি আৰু গঠনৰ পৰিৱৰ্তন নহয়

23. CO₂ গেছ পানীৰ মাজেৰে পঠিয়ালে সেই পানীয়ে

24. জাপানৰ মিনামাটা ৰােগৰ কাৰণ হ'ল

25. লঘু ছালফিউৰিক এছিডযুক্ত কপাৰ ছালফেটৰ দ্ৰৱ এটাত কপাৰৰ পাত দখন ভৰাই দি বেটাৰীৰ লগত সংযােজিত কৰিলে কোনটো পৰিঘটনা পৰিলক্ষত হ'ব

26. বৈদ্যুতিক কোষত তলৰ কোনটো ধাতু ব্যৱহাৰ হয়

27. বিদ্যুতবিশ্লেষণত ৰাসায়নিক যৌগত হােৱা পৰিৱৰ্তনটো হৈছে

28. বায়ুৰ সংস্পৰ্শত তলৰ কোনটো জ্বলি উঠে

29. তলৰ কোনটো হাইড্রাচিত নহয়

30. মামৰ-ৰ ৰাসায়নিক সংকেত হ'ল