Biolodgy Mock Test
1. ভ্ৰুপস্থলী কিহৰ পৰা সৃষ্টি হয়

2. লেটিন শব্দ ‘ভাইৰাছ' ৰ অৰ্থ হ’ল

3. আস্থানিক মুকুল হ’ল

4. প্রাণীকোষৰ কোষাবৰণ গঠিত হোৱা পদাৰ্থ হৈছে

5. প্ৰস্বেদন এটি

6. প্রাণীৰ দেহগঠনৰ প্ৰথম কোষটো হ’ল

7. প্ৰস্বেদন বৃদ্ধি হ’লে উদ্ভিদৰ পানী শোষণ ক্ষমতা

8. কোনটো ক্ষেত্ৰত কোষ মতবাদ প্ৰযোজ্য নহয়?

9. কোষাংগসমূহৰ কোনটোক “আত্মঘাতী মোনা” বোলা হয়?

10. সালোক সংশ্লেষণ উৎপাদন হয়

11. মুকুলোদগম প্রক্ৰিয়াৰে প্রজনন কৰা প্রাণী হ'ল

12. গৰ্ভধাৰণৰ আগলৈকে ভ্ৰুণস্থলীৰ ভিতৰত থকা কোষকেন্দ্ৰৰ মুঠ সংখ্যা হ’ল

13. VAM শব্দটো কাৰ সৈতে জড়িত

14. মেৰুকায় সৃষ্টি হয়

15. ৰাইব’জমবোৰৰ মুখ্য কাম হ'ল

16. পুংজননকোষ আৰু স্ত্ৰীজননকোষ মিলনৰ ফলত অপত্য উদ্ভিদৰ সৃষ্টিক

17. কোষ (cell) শব্দটো কোনে প্ৰৱৰ্তন কৰে?

18. কোনবিধ কোষাংগ কোষীয় ক্ষৰণ কাৰ্যৰ লগত জড়িত?

19. পত্ৰৰন্ধৰ পৰা হোৱা প্ৰস্বেদন

20. ভেঁকুৰ আৰু পাইন গছৰ শিপাৰ সহজীৱিতাৰ নাম কি

21. উদ্ভিদে যি পদ্ধতিৰে বংশ বিস্তাৰ কৰে

22. তলৰ কোনটো ভাইৰাছজনিত ৰোগ

23. কোষাবৰণৰ মাজেৰে উচ্চ গাঢ়তাৰ পৰা নিম্নগাঢ়তালৈ পদাৰ্থ কণাৰ চলনক কি বোলা হয়?

24. তলৰ কোনবিধ পতংগভোজী উদ্ভিদ

25. অজৈৱিক সাৰৰ উদাহৰণ হ’ল

26. সূুৱৰ্ণলতা এবিধ

27. মালপিঘিয়ান নলী ৰেচন অংগ হিচাপে ব্যৱহাৰ কৰে

28. মিওছিছৰ কোনটো স্তৰত ক্ৰছিং ওভাৰ হয়?

29. দুটা জননকোষৰ মিলনক বোলা হয়

30. গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা ফল হৈছে