Assamese Grammar Mock Test
1. নিৰ্দিষ্টতা অৰ্থত দীঘল লেহেকা বস্তু বুজাবলৈ ব্যৱহাৰ হয়

2. তলৰ কোনটো শব্দ শুদ্ধ নহয়?

3. তলত দিয়াবোৰৰ কোনটো সন্ধি ভুল

4. আইচু স্ত্ৰীলিঙ্গটোৰ পুংলিঙ্গ কি?

5. তলৰ কোনটো শব্দ ষত্ববিধি অনুসৰি অশুদ্ধ ?

6. অ যোগ উ লগ লাগি হোৱা এটা সন্ধি হ'ল

7. 'বয়োধিক' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

8. জাৰ্মান ন হোৱাৰ কাৰণ হ’ল

9. ব্যাঞ্জনবৰ্ণত স্বৰবৰ্ণ যোগ নহ’লে কি চিন ব্যৱহাৰ হয়

10. সন্ধিৰ পিছত অৰ যোগ হয় তলত দিয়া ধৰণে নিপাতন হ’লে

11. তলৰ কোনটো বিপৰীত লিঙ্গবাচক ৰূপ অশুদ্ধ?

12. তলৰ কোনটো শুদ্ধ লিখা

13. তলৰ কোনটো বানান শুদ্ধ ?

14. নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত যোগ হোৱা ক্ৰিয়া বিভক্তিটো হ’ল-

15. ক্লীৱলিঙ্গক স্ত্ৰীলিঙ্গ কৰা ৰূপ এটা হ’ল

16. অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমানটা?

17. তলৰ কোনটো প্ৰত্যয়ে পৰিমাণ বুজায়?

18. তলৰ কোনটো নিদিষ্টতাবাচক প্ৰত্যয় ?

19. অলপ পৰিমাণৰ বস্তু বুজাবলৈ কোনটো প্ৰত্যয় প্ৰয়োগ কৰা হয়?

20. তলৰ কোনটো সন্ধি শুদ্ধ ?