Assam TET Mock Test For UP Arts 150 Marks
1. I ________ him stealing that woman’s purse

2. By this time tomorrow, I ________ this book

3. The dog ran

4. I have a distate -------- publicity.

5. There were just _____ pens on the table.

6. I always ________ my best.

7. The teacher has given us __________________ useful advice.

8. My brother's birthday is _____ 22th July.

9. I ________ to the mountains this weekend.

10. Meera is sitting _____ chair.

11. Her feet are ____ table.

12. It was found that some students ___________ not attending their classes.

13. If I bake a cake, ________ have some?

14. He ___________ around filthy room in distaste

15. A steady mind triumphs ------ difficulties.

16. He had to repent -------- what he had done.

17. I ___________ (call) you tomorrow at 5:00 PM.

18. Do you need _________ help from me ?

19. I received ___________ encouragement from my parents.

20. I ________. I didn’t hear you come in.

21. A busy person have ________ time to waste.

22. Arun is married -------- Bobby.

23. For his novelty, gift ordered to me ___________ very lovely.

24. You can play with these kittens quite safely.

25. Two children and one adult … in a fire last night.

26. Mr. Jones planning to retire. He _____ at Bow Valley College for a long time.

27. If I watch this episode again, I ________it three times.

28. Why ___________ you break your promise?

29. Under this heavy load the bridge will give -------

30. I am working ___ Microsoft Corporation

31. তলৰ কোনখন পুথি বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট ?

32. পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

33. তলত দিয়া জতুৱা-ঠাচৰ বাক্যবিলাকৰ কোনটো শুদ্ধ ?

34. সম্বোধনত কি বিভক্তি যোগ হয়?

35. ষষ্ঠী বিভক্তিযুক্ত শব্দক কোনে কাৰক নহয় বুলি কৈছে?

36. আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?

37. 'ৰম্যভূমি' উপন্যাসখনৰ ৰচক হ’ল

38. মহাত্মা গান্ধীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা এটি কবিতা হ’ল

39. অসমীয়া স্বৰূপ বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ক্ৰিয়া-বিভক্তি হৈছে

40. 'জোনাকী' কাকত উলিওৱাৰ ক্ষেত্ৰত তলৰ কোনজন ব্যক্তিয়ে বেজবৰুৱাৰ সৈতে সহযোগ কৰিছিল?

41. তলৰ কোনটো বিভক্তি চিন অসমীয়া ভাষাত কেতিয়াবা কেতিয়াবা কৰ্তাকাৰকত প্ৰয়োগ হয়?

42. কৈশোৰ কালত কোনটো মানসিক কাৰকে আবেগিক চঞ্চল কৰি তোলে ?

43. কোচ ৰাজ্যৰ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্মপ্ৰচাৰ কৰিছিল?

44. তলৰ কোনখন মহাপুৰুষ শংকৰদেৱৰ কাব্য নহয়?

45. 'চিহ্নযাত্ৰা' ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল?

46. পদ্মনাথ গোহাঞি বৰুৱাৰ সাহিত্য সাধনাৰ কীৰ্ত্তিস্বম্তস্বৰূপ গ্ৰন্থখন হৈছে

47. "টেলিফোন" আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

48. তলৰ কোনটো শব্দৰ ‘ষ’ স্বাভাবিকতে মূৰ্দ্ধন্য 'য' ?

49. তলত দিয়া জতুৱা-ঠাচবোৰৰ কোনটো সঙ্গত?

50. শংকৰ-মাধৱৰ মিলনক কোনে ʼমণিকাঞ্চন সংযোগʼ আখ্যা দিছে?

51. 'হাত-লৰ' শব্দৰ অর্থ হ’ল

52. তলৰ কোনটো ব্যঞ্জনধ্বনি পশ্চতালব্য ?

53. তলত দিয়াবোৰৰ কোনটো শুদ্ধ?

54. আইচু স্ত্ৰীলিঙ্গটোৰ পুংলিঙ্গ কি?

55. ইতিবাচক মনোভাবে ছাত্র-ছাত্রীৰ তলৰ কোনটো লাভাম্বিত নহয় ?

56. তলৰ লিঙ্গবাচক কোনযোৰ শব্দ শুদ্ধৰূপে লিখা হোৱা নাই?

57. দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে তাৰ আগত ঋ, ৰ, স থাকিলে ন মুৰ্দ্ধন্য নহয়। এই নিয়মটো প্ৰয়োগ কৰি কৰা সন্ধিটো হ’ল

58. সম্বন্ধবাচক বিভক্তি তদ্ধিত প্ৰত্যয় বুলি কোৱা ব্যাকৰণবিদজন হ’ল

59. শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি?

60. শৰ শব্দৰ স্ত্ৰী লিঙ্গ হ’ল

61. মানৰ প্রথম আক্ৰমণৰ সময়ত আহােম স্বৰ্গদেউ আছিল

62. কাফাই লগত অনা ভাঙৰীয়া বা মন্ত্রী দুগৰাকীৰ নাম আছি

63. অসমত জাতি ব্যৱস্থা কেতিয়াৰ পৰা উদ্ভৱ হয়?

64. অসমত আহােম ৰাজত্ব কেতিয়াৰ পৰা আৰম্ভ হয়?

65. ৰুক্মিণীক হৰণ কৰা পুৰুষগৰাকী আছিল

66. নাঙলৰ আৱিষ্কাৰ পােনতে ক’ত হৈছিল ?

67. মহেঞ্জোদাৰৰ সভাতা তলৰ কোনখন নদীৰ পাৰত অৱস্থিত?

68. ‘ধর্মমহামাত্র’ সকলৰ কাম আছিল

69. ভাৰতত প্ৰৱেশ কৰা প্ৰথম আৰ্যসকল সম্বন্ধে তলৰ কোনটো উক্তি অশুদ্ধ

70. ১৯২২ চনত শ্রীহট্ট জিলাৰ নিধানপুৰ গাঁৱত উদ্ধাৰ হােৱা নিধানপুৰ তামৰ ফলিখন কোনজন ৰজাই লিখাইছিল?

71. তলৰ কোনটো উক্তি সত্য নহয়

72. জৈন ধর্ম সম্পর্কে তলৰ কোনটো উক্তি অশুদ্ধ?

73. গুপ্তবংশৰ প্রতিষ্ঠাতা আছিল

74. কোনজন ৰজাক খােৰা ৰজা বুলিও কোৱা হয়?

75. আদিম মানৱক স্থায়ী বাসগৃহ নির্মাণৰ ক্ষেত্ৰত তলৰ কোনটো কাৰকে সহায় কৰা নাছিল?

76. চৰকাৰে নগৰ সমিতিৰ কাৰ্যকাল কেইবছৰলৈ বঢ়াই দিব পাৰে?

77. উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কেইবছৰ ?

78. আঞ্চলিক পঞ্চায়তত ২০১১ চনৰ সংশােধনী মতে মহিলাৰ বাবে কিমান আসন সংৰক্ষণৰ ব্যৱস্থা আছে?

79. ৰাষ্ট্রপতি পদ খালী হ'লে কিমান দিনৰ ভিতৰত নতুন ৰাষ্ট্রপতি নির্বাচিত কৰিব লাগে?

80. কি ব্যৱস্থাৰ যােগেদি জনগণে সর্বোচ্চ ক্ষমতা প্রয়ােগ কৰিব পাৰে?

81. ১৯৯৪ চনৰ অসম পঞ্চায়ত আইনৰ কিমান ধাৰামতে আঞ্চলিক পঞ্চায়তত সমিতিৰ ব্যৱস্থা আছে?

82. ৰাজ্যপালক কোনে নিযুক্তি দিয়ে?

83. মৌলিক কর্তব্য কিমানতম সংশােধনীৰ যােগেদি সংবিধানত সংযযাজন কৰা হয়?

84. মন্ত্রী পৰিষদৰ কাৰ্যকাল কিমান ?

85. কিমান তম সংশােধনীৰ যােগেদি ধর্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত সংযােজন কৰা হয়?

86. জিলা পৰিষদৰ ভিত্তি কি?

87. গাঁও পঞ্চায়ত এলেকাক কেইটা সমষ্টিত ভাগ কৰা হয় ?

88. প্রস্তাৱনাক কোনে ৰাজনৈতিক জন্মপত্রিকা বুলি কৈছিল?

89. প্রস্তাৱনাক কোনে ৰাজনৈতিক জন্মপত্রিকা বুলি কৈছিল?

90. ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কি কম?

91. পূর্ণ প্রতিযােগিতামূলক বজাৰত স্বাভাৱিক দাম নির্ধাৰণৰ বাবে তলৰ কোনটো চর্ত প্রযােজ্য হয়?

92. NEDFC ৰ সম্পূর্ণ অর্থ হল

93. ভাৰতবৰ্ষত জনমূৰি খেতি মাটিৰ পৰিমাণ

94. তলৰ কোনটোক অর্থবিজ্ঞানৰ মূল সমস্যা বােলা হয়

95. পৰিসৰৰ ভিত্তিত বজাৰক তলৰ কোন তিনিটা ভাগত ভাগ কৰা হয়?

96. তলৰ কোনটো সম্পদৰ অন্তৰ্গত নহয়?

97. পৰিয়াল কল্যাণ আঁচনিৰ প্রধান উদ্দেশ্য

98. জন্মৰ সংখ্যা (X) আৰু মুঠ জনসংখ্যা (Y) হ'লে, (X/Y) x ১০০০ = ?

99. ভাৰতৰ জাতীয় আয় বিজ্ঞানসন্মতভাৱে গণনা কৰা প্রথম ব্যক্তিজন হ'ল

100. কোনখন পঞ্চবার্ষিক পৰিকল্পনাত নুন্যতম প্রয়ােজন আঁচনিখন ৰূপায়ন কৰা হয়

101. তলৰ কোনটো ব্যষ্টিবাদী অর্থবিজ্ঞানৰ বিষয়বস্তু নহয় ?

102. তলত দিয়াবােৰৰ কোনটো অর্থবিজ্ঞানৰ বিষয়বস্তুৰ অন্তৰ্গত?

103. ১৯৭৬ চনৰ পিচত কেতিয়া ভাৰতবৰ্ষত নতুন জনসংখ্যা নীতি গ্রহণ কৰা হয়

104. সাক্ষৰতাৰ প্রধান নির্ণয়কাৰী উপাদান হল

105. উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ বননিৰ সংৰক্ষিত বনাঞ্চল হল

106. ইউৰােপৰ মুঠ মাটিকালিৰ পৰিমাণ

107. অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হ’ল

108. নুনমাটিৰ পৰা শোধন কৰা তেল ____ কিলোমিটাৰ দীঘল নলী পথেৰে শিলিগুৰিলৈ পঠিওৱা হয়

109. অষ্ট্রেলিয়াৰ উপকুল ৰেখাৰ দৈর্ঘ্য হ'ল

110. পৃৱিীৰ উপৰিভাগৰ ওখােৰা-মােখােৰা যদিও মােটামুটিভাৱে সমান অথচ বিস্তীর্ণ উচ্চভূমিক সাধাৰণতে _ বােলে

111. পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্রদটো হ'ল

112. জুৰা, ভােছ আৰু ব্লেক ফৰেষ্ট আদি

113. পৃথিৱীৰ বৃহত্তম দ্বীপটো হ'ল

114. অসমৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তৃতি হ’ল

115. ছেমায়ুংদুং হিমবাহৰ পৰা উৎপত্তি হৈছে

116. মধ্য এছিয়াত থকা তাৰিম সভূমি হল

117. আটলান্টিক মহাসাগৰৰ দৈৰ্ঘ্য হ'ল

118. লাক্ষাদ্বীপপুঞ্জ আৰু মিনিকয় দ্বীপপুঞ্জক _ প্ৰণালীয়ে পৃথক কৰিছে

119. অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি (২০০১ চনৰ মতে)

120. ভাৰতবৰ্ষত মুঠ ৮০.৬৩ কোটি একৰ আয়তনৰ _ হেক্টৰ মাটি কৃষিকাৰ্য সম্পাদন কৰা হয়