Assam GK Mock Test
1. The first Assamese film Joymoti was released in the year

2. 'অসম সঙ্গীত' টোৰ ৰচক হৈছে

3. Which one was the first capital of Ahom Kingdom in Assam

4.

5. শংকৰদেৱে ৰচনা কৰা অন্তিমখন নাট কি?

6. 'কামত কৃতিত্ব লভিবৰ সংকেত পুথিখন কোনে ৰচনা কৰিছিল?

7. শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি?

8. About 91% of world population of a particular animal species found in Kaziranga National Park is which one of the following–

9. The Shiv dol was constructed during the reign of

10. তলৰ কোনটো কবিতা লক্ষ্মীনাথ বেজবৰুৱা ৰচিত?

11. কীৰ্ত্তন'ৰ ৰচক কোন?

12. শংকৰদেৱৰ বৰগীতক কোনে ʼNoble numbers’ আখ্যা দিছে?

13. Which one was the second film directed by Jyotiprasad Agarwala

14. Siang, joined by Lohit and Dibang makes which of the following rivers

15. 'জোনাকী' কাকত উলিওৱাৰ ক্ষেত্ৰত তলৰ কোনজন ব্যক্তিয়ে বেজবৰুৱাৰ সৈতে সহযোগ কৰিছিল?

16. Which State became the first State to legally ban the smokeless tobacco on 13 February 2014?

17. n Assam, a source of hot water spring is situated in

18. তলৰ কোনখন বুৰঞ্জীপুথি লক্ষ্মীনাথ বেজবৰুৱা প্রণীত?

19. Which language is used by Sankardev to written Borgeets

20. শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল সেইবোৰ হ'ল

21. The first stadium of Assam was built in

22. কাৰ উৎসাহত মাধৱদেৱে ‘ৰাজসূয় কাব্য’ ৰচনা কৰিছিল?

23. তলৰ কোনখন পুথি বেজবৰুৱাই ৰচনা কৰা সৰু ধেমেলীয়া নাট ?

24. শংকৰদেৱে কছাৰীৰ উপদ্ৰব সহিব নোৱাৰি প্ৰথমে ক’ত আশয় লয়?

25. Assam Police Day observed on

26. The Deori community belongs to the __________ family of Mongoloid stock

27. চন্দ্ৰকুমাৰে অসমীয়া কাকতখন কেতিয়া উলিয়ায়?

28. Gibon Wild Life Sanctury is located at–

29. তলত উল্লেখিত গ্ৰন্থসমূহৰ কোনখন ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা?

30. The terracotta industry is located in