Assam TET 2019 Mock Test
1. শিশুৰ আগ্ৰহ সৃষ্টি কৰিবলৈ শিক্ষকে শ্ৰেণীকক্ষত

2. অভ্যাস যিমানে পুৰণি হয়

3. অভ্যাসজনিত কামবোৰ কৰিব পাৰি

4. আগ্ৰহৰ ইংৰাজী প্ৰতিশব্দ 'Interest' ৰ উৎপত্তি হৈছিল

5. সু-অভ্যাস আৰু কু-অভ্যাস গঠন কৰাটো নিৰ্ভৰ কৰে

6. ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিক ভাৱে নিজকে খাপ খুৱাই চলিব পৰাকে

7. ছোৱালীৰ যৌৱন প্রাপ্তি সাধাৰণতে সমবয়সৰ ল’ৰাতকৈ

8. উদৰ প্ৰধান, কায়প্ৰধান আৰু মস্তিষ্কপ্ৰধান নামৰ তিনি শ্ৰেণীৰ ব্যক্তিত্বৰ বৰ্ণনা আগবঢ়াইছিল

9. কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বলি অভিহিত কৰিছিল

10. কৈশোৰ কালত ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষা হ'ল

11. ব্যক্তি বিভিন্নতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্রদান কৰা শিক্ষাৰ লক্ষ্যটোৰ নাম হ’ল

12. মনোবিদ ৰাইবাৰ্ণৰ মতে মানুহৰ মুঠ বিকাশৰ স্তৰ হ’ল

13. ড্রাগচ আসক্ত শিশু এটিক ভাল কৰিব পাৰি-

14. তলৰ কোনটো নিদানমুলক শিক্ষাৰ শ্লোগান ?

15. বিজ্ঞান শিক্ষাত সঁজুলি আৱশ্যকীয়

16. অভ্যাস গঠন কৰিবলৈ উপযুক্ত সময় হ'ল

17. শৈশৱ আৰু কৈশোৰ কালত কেনেকৈ শিশুৰ বুদ্ধিৰ বিকাশ ঘটে সেই বিষয়ে তত্ব আগবঢ়োৱা সকলৰ ভিতৰত অন্যতম আছিল

18. অপৰাধ প্ৰৱণতাৰ কাৰণ হ’ল

19. বিনে, চাইমনৰ বুদ্ধি পৰীক্ষাক জনা যায়

20. অভ্যাসক কোৱা হয়

21. বাল্যকালৰ শিশু এটাৰ বয়স

22. আগ্ৰহ ঘনিষ্ঠ ভাবে জড়িত

23. শিশুৰ জীৱনৰ ১২ ৰপৰা ১৮ বছৰলৈ এই সময়ছোৱাক কোৱা হয়

24. শিশু বিকাশত আটাইতকৈ বেছি প্রভাৱ বিস্তাৰ কৰা দিশ হ’ল

25. যিবিলাক উপাদান লগ হৈ ব্যক্তিত্ব সৃষ্টি বা গঠন হয় সেই উপাদনবিলাকক

26. শিক্ষা বিভাগৰ মুৰব্বীজনক শিক্ষাধিকাৰ বোলাৰ পৰামর্শ প্রথম দিয়া হৈছিল-

27. এজন শিক্ষকৰ ছাত্ৰৰ প্ৰতি আগ্ৰহ, এজন চিকিৎসকৰ ৰোগীৰ প্রতি থকা আগ্ৰহ হ ল

28. শিক্ষণ আৰু প্ৰশিক্ষণৰ যোগেদি আয়ত্ব কৰা আগ্ৰহক কোৱা হয়

29. স্কুলত কটকটীয়া অনুশাসন থকা উচিত-

30. বহিৰ্মুখী ব্যক্তিত্বৰ এটা প্ৰধান লক্ষণ হ'ল