Economics Mock Test
1. বাণিজ্যিক বেংকৰ ঋণগত মুদ্রা সৃষ্টি কৰাৰ মূল ভেটি কি?

2. ভাৰসাম্যহীন বাজেট মানে হল

3. (৭ বছৰ ওপৰৰ সাক্ষৰ লােকৰ সংখ্যা/মুঠ জনসংখ্যা) x ১০০ = ?

4. তলৰ কোনটো ICICIৰ কাৰ্য নহয় ?

5. তলত দিয়া কোনটো সম্পদৰ বৈশিষ্ট্য নহয়?

6. পূর্ণ প্রতিযােগিতামূলক বজাৰত প্ৰতিষ্ঠান এটাই

7. তলৰ কোনখন ৰাজ্য উত্তৰ-পূৱ পৰিষদৰ অন্তর্ভুক্ত নহয়

8. ভাৰতবৰ্ষৰ মাটিকালি বিশ্বৰ মুঠ মাটিকালিৰ

9. জন্মৰ সংখ্যা (X) আৰু মুঠ জনসংখ্যা (Y) হ'লে, (X/Y) x ১০০০ = ?

10. The Framework in Indian Economics ৰ লিখক

11. তলৰ কোনটোক মুদ্ৰাৰ বৈশিষ্ট্যৰ অন্তর্ভুক্ত বুলিব নােৱাৰি?

12. জোৱাৰ শক্তি ব্যৱহাৰ কৰা এখন দেশ হ’ল

13. তলৰ কোনটো সম্পদৰ অন্তৰ্গত নহয়?

14. মানৱ সম্পদ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্ব দিয়া হৈছে

15. তলৰ কোনটো অনা-আর্থিক কার্য?

16. বিশ্বৰ মুঠ মাটিকালিৰ ভাৰতত থকা অংশ হ’ল

17. প্রাকৃতিক সম্পদত দুখীয়া অথচ অর্থনৈতিকভাৱে শক্তিশালী এখন দেশ হ'ল

18. ভাৰতবৰ্ষৰ মুঠ ৰপ্তানিৰ সাগৰেদি সৰবৰাহ হয়

19. তলত দিয়া কার্যসমূহৰ কোনটো ভােগ নহয়?

20. স্বাধীননাওৰ ভাৰতবৰ্ষত জাতীয় আয়ৰ অধ্যয়ন কৰা প্ৰথমখন সমিতিৰ অধ্যক্ষ আছিল

21. নেড়ফিৰ মুখ্য কাৰ্যালয়

22. কোনখন পঞ্চবার্ষিক পৰিকল্পনাত নুন্যতম প্রয়ােজন আঁচনিখন ৰূপায়ন কৰা হয়

23. তলৰ কোনটো স্বত্বাধিকাৰ বজাৰৰ বৈশিষ্ট্য বুলিব পাৰি?

24. ভাৰতবৰ্ষৰ জাতীয় আয় গণনাত কোনটো পদ্ধতি ব্যৱহাৰ কৰা নহয়

25. অনুন্নত দেশৰ যৌন অনুপাত

26. তলৰ কোনটো উওম বাজেটৰ বৈশিষ্ট্য নহয়

27. বাণিজ্যিক বেংকসমূহে

28. অসমৰ মুঠ ভৌগােলিক এলেকা ভাৰতবৰ্ষৰ মুঠ ভৌগােলিক এলেকাৰ

29. পূর্ণ প্রতিযােগিতামূলক বজাৰত বজাৰ দাম নির্ধাৰণত চাহিদা আৰু যােগানে

30. নাইকা উৎপাদনত বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান