Social Science (সমাজ বিজ্ঞান) MCQ

36. চলচ্চিত্ৰ নিৰ্মাণৰ বাবে লছ এঞ্জেলছ প্রিয় ঠাই কাৰণ –


A. ই প্ৰাকৃতিক সৌন্দয্যৰে ভৰপূৰ


B. ইউৰোপৰ ছবি নিৰ্মাতা সকলৰ লগত ইয়াৰ কোনো প্ৰতিযোগিতা নাই


C. ই হল বহুতো অভিনেতাৰ জন্মস্থান


D. ওপৰৰ এটাও নহয়


Answer :A


Solution :



37. অসমৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত কেতিয়া স্থাপন কৰা হৈছিল?


A. 1899 চনত


B. 1826 চনত


C. 1901 চনত


D. 1947 চনত


Answer :C


Solution :



38. তলৰ কোনখন তৈল্যক্ষেত্ৰ নহয়?


A. লিডু


B. নাহৰকটিয়া


C. মৰাণ


D. গেলেকী


Answer :A


Solution :



39. কুটুহা হল –


A. মিজোৰামৰ এক জনজাতি


B. তামিলনাডুৰ অভয়াৰণ্যৰ এবিধ চৰাই


C. পাকিস্তানৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰ থকা স্থান


D. এটাও নহয়


Answer :C


Solution :



40. তলৰ কোনজন দার্শনিকে ভূগোল শব্দটো ব্যৱহাৰ কৰিছিল?


A. হ’মাৰ


B. এনেস্কিমাণ্ডাৰ


C. হিৰ’দ’টাছ


D. এৰাট’স্থিনিছ


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.