Assamese Grammar Part 1 (অসমীয়া ব্যাকৰণ) MCQ

31. আম্ৰবণ শব্দৰ ণ হোৱাৰ কাৰণ হ ল


A. দুটা ভিন ভিন শব্দ লগহৈ এটা হোৱা বাবে


B. আম্ৰ শব্দৰ পাছত বন শব্দ থকাৰ বাবে


C. স্বাভাৱিকতে হোৱা ণ


D. এটা প্ৰসিদ্ধ শব্দ হোৱা বাবে


Answer :B


Solution :



32. জাৰ্মান ন হোৱাৰ কাৰণ হ’ল


A. ম ৰ পাছত ণ নবহে


B. শব্দটো এটা শব্দ এৰি আগত বহিলে ণ নহয়


C. বিদেশী শব্দৰ ক্ষেত্ৰত ণত্ব বিধিৰ প্রয়োগ নহয়


D. স্বাভাৱিকতে হোৱা ণ নহয় বাবে


Answer :C


Solution :



33. তলত দিয়াবোৰৰ কোনটো শুদ্ব ?


A. শূৰ্পনখা


B. বানিজ্য


C. কল্যান


D. কণ্টক


Answer :D


Solution :



34. তলৰ কোনটো শুদ্ধ


A. জি + সন্ + আ = জিগীষা


B. নি--ধি্ + ঘঞ = নিষেধ


C. হবিস্ + ষ্ণ = হবিষ্য


D. যুধি + ষ্ঠিৰ = যুধিষ্ঠিৰ


Answer :A


Solution :



35. দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে তাৰ আগত ঋ,ৰ, স থাকিলে ন মূৰ্ন্দ্ধন্য নহয়। এই নিয়ম মতে কোনটো শুদ্ধ


A. কংকন


B. বৃন্দাবন


C. কৃপন


D. ত্ৰিনয়ন


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.