অসম ইতিহাস MCQ

26. এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?


A. ১৯০১ চনৰ পৰা


B. ১৮৬৬ চনৰ পৰা


C. ১৯৭৯ চনৰ পৰা


D. ১৮৮৬ চনৰ পৰা


Answer :A


Solution :



27. অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?


A. ১৯৪৮ চনত


B. ১৬৭১ চনত


C. ১৬৯৪ চনত


D. ১৮৪৭ চনত


Answer :D


Solution :



28. "টেলিফোন" আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?


A. ১৯০১ চনৰ পৰা


B. ১৮৬৬ চনৰ পৰা


C. ১৯৭৯ চনৰ পৰা


D. ১৮৮৬ চনৰ পৰা


Answer :B


Solution :



29. অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?


A. ১৯০১ চনৰ পৰা


B. ১৮৬৬ চনৰ পৰা


C. ১৯৭৯ চনৰ পৰা


D. ১৮৮৬ চনৰ পৰা


Answer :C


Solution :



30. অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?


A. ১৯০১ চনত


B. ১৯১৭ চনত


C. ১৯৭৯ চনত


D. ১৯৮৬ চনত


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.