Environmental Science (পৰিৱেশ বিজ্ঞান ) MCQ

186. বায়ুমণ্ডলত নাইট্রজেনৰ শতকৰা পৰিমাণ কিমান?


A. ৬৮


B. ৮৮


C. ৭৮


D. ৫৮


Answer :C


Solution :



187. হিউমাছ কি?


A. এজাতিৰ মানুহ


B. আদ্রর্তাৰ এটা অৱস্থা


C. মাটিৰ ওপৰৰ বালিভাগ


D. মাটি থকা মুগাবৰণৰ এই অংশই মাটি সাৰুৱা কৰে


Answer :D


Solution :



188. ৰাষ্ট্ৰীয় উদ্যান এখনত কি সংৰক্ষণ কৰা হয়?


A. সম্পূর্ণ পৰিস্থিতি তন্ত্র


B. উদ্ভিদ আৰু প্রাণী


C. অকল প্রাণী


D. অকল উদ্ভিদ


Answer :B


Solution :



189. কোনবােৰ দেশত জনসংখ্যা ৰোধ কৰিব পৰা হৈছে


A. যিকোনাে দেশতে হ’ব পাৰে


B. দুখীয়া দেশত


C. উন্নয়নশীল দেশত


D. উন্নত দেশত


Answer :D


Solution :



190. কীটনাশকবােৰ কি


A. শস্য আক্রমণকাৰী কীট পতংগ মাৰিবলৈ ব্যৱহাৰ কৰা এবিধ ৰাসায়নিক পদার্থ


B. দাঁত পৰিষ্কাৰ কৰা দৰৱ


C. এক প্রকাৰ জৈৱ সাৰ


D. পৰিৱেশ নষ্ট নকৰা এবিধ পদার্থ


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.