গণিত (Mathematics) MCQ

131. কোনো কাম সম্পূৰ্ণ কৰোতে সুনীলে যিমান সময় লয়, অমিতে তাৰ দুগুণ সময় লয়। যদি এটা কাম অমিত 4 দিনত সম্পূৰ্ণ কৰে, তেন্তে সুনীলে অকলে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব?


A. 2 দিন


B. 8 দিন


C. 6 দিন


D. 4 দিন


Answer :A


Solution :



132. 24 জন বনুৱাই এটা পুখুৰী 30 দিনত খান্দিব পাৰে। সেই একেটা পুখুৰী 10 দিনত খান্দিবলৈ কিমানজন বনুৱাৰ প্রয়োজন হ'ব?


A. 300


B. 150


C. 72


D. 240


Answer :C


Solution :



133. এজন বনুৱা হিচাবে A য়ে B তকৈ দুগুণ কাম কৰিব পাৰে। কোনো এটা কাম B য়ে 6 দিনত কৰিব পাৰে। যদি A আৰু B য়ে একেলগে কামটো কৰে, তেন্তে কিমান দিনত কামটো শেষ কৰিব পাৰে?


A. 3 দিন


B. 2 দিন


C. 1 দিন


D. 4 দিন


Answer :B


Solution :



134. 6 জন বনুৱাই এখন ট্ৰাক 1 ঘণ্টাত ভৰ্তি কৰিব পাৰে। যদি ট্ৰাকখন 15 মিনিটাতে ভৰ্তি কৰিব লাগে, তেন্তে আৰু কিমান অতিৰিক্ত বনুৱাৰ প্রয়োজন হ'ব?


A. 10 জন


B. 16 জন


C. 18 জন


D. 6 জন


Answer :C


Solution :



135. অৰুণ বৰুণতকৈ 2 বছৰে ডাঙৰ। আকৌ বৰুণ তৰুণতকৈ 1 বছৰ সৰু ৷ যদি সিহঁতৰ গড় বয়স 24 বছৰ তেন্তে তৰুণৰ বয়স হ'ব


A. 23 বছৰ


B. 24 বছৰ


C. 25 বছৰ


D. 26 বছৰ


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.