Environmental Science (পৰিৱেশ বিজ্ঞান ) MCQ

121. ‘চিপকো আন্দোলন’ ৰ লগত জড়িত তলত উল্লেখ কৰা কোনজন ব্যক্তিক ২০০৯ চনৰ পদ্মবিভূষণ সম্মান প্রদান কৰা হৈছিল?


A. গৌৰী দেৱী


B. অমৃতা দেৱী


C. সুন্দৰ লাল বহুগুনা


D. চণ্ডীপ্রসাদ ভাট


Answer :C


Solution :



122. বৃহৎ নদী বান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লােৱা সংগঠন


A. সদৌ অসম ছাত্ৰ সন্থা


B. সদৌ বড়াে ছাত্ৰ সন্থা


C. কৃষক মুক্তি সংগ্রাম সমিতি


D. চিপকো আন্দোলন


Answer :C


Solution :



123. ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?


A. ডঃ এম এছ স্বামীনাথন


B. চি ভি মন


C. এ পি জে আব্দুল কালাম


D. আৰ ভেংকট স্বামী


Answer :A


Solution :



124. সুস্থ পৰিৱেশৰ বাবে কোনাে এখন দেশৰ মাটিকালিৰ শতকৰা নিম্নতম কিমান ভাগত বনাঞ্চল থাকিব লাগে ?


A. ৩৩ শতাংশ


B. ৪২ শতাংশ


C. ৪০ শতাংশ


D. ৩০ শতাংশ


Answer :A


Solution :



125. খাদ্যৰ সংৰক্ষণ আৰু মজুতকৰণৰ মূল উদ্দেশ্য হ’ল


A. খাদ্যত সৃষ্টি হ’ব পৰা বেক্টেৰীয়া ধ্বংস কৰা


B. খাদ্য শীতল কৰি খােৱা


C. খাদ্য গৰম কৰি খােৱা


D. আচাৰ কৰি খােৱা


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.