পদার্থ বিজ্ঞান (Physics) MCQ

106. বায়ুমণ্ডলত থকা বায়ুৰ অণু আৰু অন্য সুক্ষ্ম কণিকাবোৰে কোনটো ৰঙৰ পোহৰ বেছিকৈ বিচ্ছুৰণ কৰে?


A. ৰঙা


B. নীলা


C. বগা


D. হালধীয়া


Answer :B


Solution :



107. প্ৰিজম এখনত আয়তক্ষেত্ৰাকাৰ পৃষ্ঠ কেইখন থাকে?


A. 2


B. 3


C. 4


D. 5


Answer :B


Solution :



108. কোনটো ৰঙৰ ৰশ্মি প্ৰিজমৰ দ্বাৰা আটাইতকৈ অধিক বিচ্যুত হয়?


A. বেঙুনীয়া


B. হালধীয়া


C. ৰঙা


D. সেউজীয়া


Answer :A


Solution :



109. আকাশৰ ৰং কি কাৰণে নীলা দেখা যায়?


A. পোহৰৰ প্রতিফলনৰ বাবে


B. পোহৰৰ প্রতিসৰণৰ বাবে


C. পোহৰৰ বিচ্ছুৰণৰ বাবে


D. পোহৰৰ আভ্যস্তৰীণ পূৰ্ণ প্ৰতিফলনৰ বাবে


Answer :C


Solution :



110. মহাকাশচাৰী এজনে চন্দ্ৰপৃষ্ঠৰ পৰা


A. অকল গ্ৰহবোৰ তিৰবিৰাই থকা দেখিব


B. অকল তৰাবোৰ তিৰবিৰাই থকা দেখিব


C. গ্ৰহ-নক্ষত্ৰবোৰ তিৰবিৰাই থকা দেখিব


D. গ্ৰহ-নক্ষত্ৰবোৰ তিৰবিৰাই থকা নেদেখে


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.