Environmental Science (পৰিৱেশ বিজ্ঞান ) MCQ

71. তলৰ কোনবিধ তৈয়াৰ কৰিবলৈ স্কেলৰ আৱশ্যক নকৰে


A. গ্লোব


B. মেপ


C. আঁচনি


D. স্কেটছ


Answer :D


Solution :



72. ভাৰতীয় মানসময় গণনা কৰা হয়


A. ৮.৭° পূব দ্রাঘিমা ৰেখা


B. ৮২.৩০° পূব দ্রাঘিমা ৰেখা


C. ৯০.২৫° পূব দ্রাঘিমা ৰেখা


D. এটাও নহয়


Answer :B


Solution :



73. এজন শিক্ষক হিচাপে শ্ৰেণীত প্রশ্ন সােধাৰ প্ৰধান কাৰণ হ'ল


A. শিক্ষার্থীসকলক ব্যস্ত ৰখাৰ উদ্দেশ্যে


B. অনুশাসন বজাই ৰাখিবৰ বাবে


C. শিক্ষার্থী মনােযােগ আকর্ষণ কৰিবৰ বাবে


D. শিকাবৰ বাবে


Answer :C


Solution :



74. যিবােৰ প্ৰাণীয়ে কেৱল গছ বন খাই জীয়াই থাকে সেইবােৰ কোৱা হয়


A. মাংসভােজী


B. তৃণভােজী


C. উভয় ভােজী


D. সৰীসৃপ


Answer :B


Solution :



75. দৈনিক ব্যৱহাৰৰ বাবে এক বৃহৎ পৰিমাণৰ সামগ্ৰী পৰিত্যাজ্য মােনাত অনা হ'ল। এনে পৰিত্যাজ্য মােনা পােনচাটেই পেলাই নিদি আমি পৰিৱেশক ৰক্ষা কৰিব পাৰোঁ


A. হয়, আমি আমাৰ পাকঘৰৰ সা-সামগ্রী থবৰ বাবে ব্যৱহাৰ কৰিব পাৰে


B. যিসকলৰ আৱশ্যক আমি তেওঁলােকক দিব পাৰাে


C. আমাৰ নিজস্ব সৃষ্টিশীল মন ব্যৱহাৰ কৰি আমি আনধৰণে ব্যৱহাৰ কৰিব পাৰাে


D. ওপৰৰ আটাইকেইটা


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.