পদার্থ বিজ্ঞান (Physics) MCQ

61. 50 ছে.মি. দীঘল ৰছি এডালৰ মূৰত 2 কি.গ্রাম ভৰৰ বস্তু এটা বান্ধি প্ৰতি মিনিটত 120 বাৰকৈ ঘূৰাই থাকিলে কৌণিক বেগ (angular velocity) কিমান হ’ব


A. 8π ৰেড/ছে


B. 4π ৰেড/ছে


C. 2.4π ৰেড/ছে


D. 16π ৰেড/ছে.


Answer :B


Solution :



62. 5 নিউটন বল প্রয়োগ কৰা 5 কি.গ্রাম, ভৰৰ বস্তু এটাৰ বলৰ দিশত সৰণ হৈছে 5 মি. কাৰ্য্যৰ পৰিমাণ কি


A. 125 জুল


B. 125 আৰ্গ


C. 25 জুল


D. 50 জুল


Answer :C


Solution :



63. পদাৰ্থ কণা কেইটামানৰ বেগ কোনো নিৰ্দিষ্ট দিশত আৰু মি./ছে. এককত এনেদৰে দিয়া আছে 10, 8, 6, 4, 2, 0, -2, -4, -6, -8, -10 ইয়াৰ গড় বৰ্গ বেগৰ মূল মানৰ আসন্ন মান কিমান


A. 0


B. 4.6


C. 6.4


D. 6.6


Answer :D


Solution :



64. এজন মানুহে পূৱলৈ 20 মিটাৰ গৈ দক্ষিণলৈ 10 মিটাৰ গৈছে আৰু তাৰপিছত পশ্চিমলৈ 10 মিটাৰ হোৱাৰ পিছত আৰম্ভনী অৱস্থানৰপৰা তেওঁৰ দূৰত্ব কিমান হ’ব


A. 11√2 মি.


B. 10√2 মি


C. 10 মি


D. 40 মি.


Answer :B


Solution :



65. ভাৰতৰ প্রথমজন মহাকাশচাৰী যোৱা যানখনৰ নাম কি আছিল


A. চয়ুজ টি-11


B. টিৰ'ছ


C. ইনচাট-1B


D. আর্যভট্ট


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.