Environmental Science (পৰিৱেশ বিজ্ঞান ) MCQ

51. দুস্প্রাপ্য বা Rare প্রাণী মানে-


A. লুপ্তপ্রায়


B. লুপ্ত


C. বিপন্ন


D. বিশেষ ঠাইত পোৱা প্রাণী


Answer :D


Solution :



52. ভাৰতৰ সামুদ্রিক ৰাষ্ট্রীয় উদ্যান কত অন্সথিত ?


A. পশ্চিমবংগ


B. মহাৰাষ্ট্র


C. তামিলনাডু


D. গুজৰাট


Answer :D


Solution :



53. কাজিৰঙাক কিমান চনত ৰাষ্ট্রীয় উদ্যানৰ মর্যাদা দিয়া হৈছিল ?


A. ১৯৫০


B. ১৯৬৪


C. ১৯৭৪


D. ১৯৮০


Answer :C


Solution :



54. ওৰাং ৰাষ্ট্রীয় উদ্যানৰ সীমা সুৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ তৰা পৰিৱেশ সংগঠনটোৰ নাম কি ?


A. ডব্লিউ ডব্লিঊ এফ


B. পিপলছ ফৰ এনিমেলছ


C. অৰণ্য সুৰক্ষা সমিতি


D. নেচাৰেল হিষ্টৰী ছচাইটি


Answer :C


Solution :



55. উদ্ভিদে কিয় ইয়াৰ ফল অথবা গুটি বিস্তাৰ কৰিব লাগে ?


A. বিভিন্ন ধৰণৰ প্ৰজাতিৰ সৃষ্টিৰ বাৰে


B. নিজৰ প্ৰজাতিক ৰক্ষণাবেক্ষণ দিবৰ বাবে


C. জীৱ জন্তুৱে যাতে খাব নােৱাৰে তাৰ বাবে


D. ন ন ঠাইত নিজৰ প্ৰজাতিৰ বংশ বৃদ্ধিৰ বাবে


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.